
দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে বিধানসভা নিৰ্বাচনত জয় লাভ কৰিছে। তেওঁ বিজেপিৰ ৰমেশ বিধুৰীক পৰাজিত কৰিছে।ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভাপতি অলকা লাম্বাও নিৰ্বাচনত পৰাজিত হৈছে। তথ্য অনুসৰি, মুখ্যমন্ত্ৰী আতিশীয়ে প্ৰায় তিনি হাজাৰ ভোটত
- দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে বিধানসভা নিৰ্বাচনত জয় লাভ কৰিছে। তেওঁ বিজেপিৰ ৰমেশ বিধুৰীক পৰাজিত কৰিছে।ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভাপতি অলকা লাম্বাও নিৰ্বাচনত পৰাজিত হৈছে।
- তথ্য অনুসৰি, মুখ্যমন্ত্ৰী আতিশীয়ে প্ৰায় তিনি হাজাৰ ভোটত নিৰ্বাচনত জয়ী হৈছে। পুৱাৰে পৰা চলি থকা ভোটগণনাত ঘনে ঘনে সলনি হৈছিল দৃশ্যপট।
- এটা ৰাউণ্ডত যদি ৰমেশ বিধুৰী আগবাঢ়ি আছিল কোনোবাটো ৰাউণ্ডত আকৌ আগবাঢ়িছিল আতিশী মাৰ্লেনা। অৱশেষত ২৭০০ ভোটৰ ব্যৱধানত জয়ী হ’ল আতিশী।
- Tags: আতিশী মাৰ্লেনা, দিল্লী